প্ৰকাশিত বাক্য ১১ঃ১৫

''সমগ্ৰ জগতকে শাসন কৰাৰ সকলো ক্ষমতা আমাৰ প্ৰভুক আৰু তেওঁৰ খ্ৰীষ্টক দিয়া হ'ল, আৰু তেওঁ সদা-সৰ্ব্বদায় শাসন কৰিব''

যীচুৰ  পুনৰুত্থান, চন্তৰী বিলাকে  সম্বাদ দিয়া, যীচুৱে  শিষ্যসকলক দৰ্শন দিয়া  আৰু যীচুৰ শেষ আজ্ঞা ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৮অধ্যায় ১ৰ পৰা ২০ পদলৈ ৷
পীলাতৰ  আগত  যীচুক নিয়া ,পীলাতে  যীচুক  প্ৰশ্ন সোধা,যীচুক প্ৰাণদণ্ডৰ আদেশ,সেনাবিলাকে  যীচুক  বিদ্ৰুপ  কৰা,যীচুৰ  মৃত্যু,যীচুক মৈদাম দিয়া মৈদামত পহৰা দিয়া ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৭ অধ্যায় ১ৰ পৰা ৬৬পদলৈ ৷
বৈথনিয়াত যীচুক  অভিষেক কৰা, যীচুৱে তেওঁৰ শিষ্যসকলৰে সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন স্থাপন কৰা, পিতৰে অস্বীকাৰ  কৰিব  বুলি যীচুৱে  জনোৱা,গেৎচিমানী-বাৰীত যীচুৰ  প্ৰাৰ্থনা, পিতৰে  যীচুক  অস্বীকাৰ  কৰা,পবিত্ৰ বাইবেল মথি ২৬অধ্যায় ১ৰ পৰা ৭৫পদলৈ ৷
 দহ  জনী কন্যা, আৰু গাগৰিৰ দৃষ্টান্ত,তিনিজন দাসৰ দৃষ্টান্ত, শেষ কালৰ মহাবিচাৰ দিনৰ বৰ্ণনা ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৫অধ্যায় ১ৰ ৪৬পদলৈ ৷
 যিৰূচালেমৰ বিনাশ; যীচুৰ পুনৰাগমন বিষয়ে জনোৱা, পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৪অধ্যায় ১ৰ পৰা ৫১পদলৈ ৷
যীচুৱে ফৰীচী আৰু অধ্যাপকসকলৰ দোষ দেখুৱা,যীচুৱে তেওলোকৰ শাস্তিৰ বিষয়ে ভবিষ্যতৎ-বাণী কোৱা,জেৰুচালেমৰ নিমিত্তে বিলাপ ৷ পবিত্ৰ বাইবেল মথি ২৩অধ্যায় ১ৰ পৰা ৩৯ পদলৈ ৷
বিয়াৰ  ভোজৰ  দৃষ্টান্ত, কৈচৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন,মৃত বিলাকৰ পুৰুনত্থানৰ বিষয়ে প্ৰশ্ন,প্ৰধান  আজ্ঞাৰ  বিষয়ে  প্ৰশ্ন , খ্ৰীষ্টৰ বিষয়ে প্ৰশ্ন ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২২অধ্যায় ১পৰা ৪৬পদলৈ ৷
Load More That is All

Ad Code